thumbnail

By

Published : Sep 3, 2021, 1:12 PM IST

ETV Bharat / Videos

ভুৰবন্ধাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য কেঁটেলা পহু

চামগুৰিৰ লাওখোৱাৰ 1 নং ভুৰবন্ধাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য কেঁটেলা পহু(Porcupine) । বানৰ কবলত পৰা লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ(Laokhowa Wildlife Sanctuary) পৰা পহুটো ওলাই অহাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ । পহুটো স্থানীয় ৰাইজে উদ্ধাৰ কৰি অভয়াৰণ্যখনৰ বনৰক্ষীৰ হাতত গতাই দিয়ে । ইয়াৰ পাচতে বনৰক্ষী কেইজনে কেঁটেলা পহুটো অভয়াৰণ্যখনৰ বিশেষ নিৰাপদ স্থানত মুকলি কৰি দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.