এনআৰচিয়ে কঢ়িয়াই আনিলে অমানিশা ! - NRC hearing
🎬 Watch Now: Feature Video
বৰপেটাৰ নগৰবেৰাৰ সোনতলী গাঁও, গাঁওখনৰ প্ৰতিঘৰলৈ নিশাটোৰ ভিতৰতে আহিল NRCৰ জাননী৷ জাননীত নিৰ্দেশ নিশাটোৰ ভিতৰতে 300-400 কিলোমিটাৰ দূৰৈৰ শুনানি কেন্দ্ৰত উপস্থিত হ'বলৈ ৷ কাৰোবাৰ যদি শিৱসাগৰ, তিনচুকীয়া আন কাৰোবাক ধেমাজি, গোলাঘাট অথবা নগাঁও, কলিয়াবৰৰ শুনানি কেন্দ্ৰত উপস্থিত হোৱাৰ নিৰ্দেশ ! ইয়াৰ পাচত কি হ'ল ? সৱিশেষ এই ভিডিঅ'ত ৷