ওমলা চোতালত নিৰৱ নিথৰ নীৰজৰ শেষকৃত্য - সেনা জোৱান
🎬 Watch Now: Feature Video

প্ৰচণ্ড বৰষুণ আৰু প্ৰতিকূল বতৰকো আওকাণ কৰি আগবাঢ়িছে এদল মানুহ চকুলো আৰু বৰষুণে জুমুৰি দি ধৰা মানহবোৰৰ মুখত এটাই শব্দ ‘অমৰ হওঁক নীৰজ চেত্ৰী’ ৷ ঠিকেই দেশ আৰু জাতিৰ বাবে উচৰ্গিত এটা নাম যেন হেৰাই গ’ল ৷ নিথৰ নীৰজ এতিয়া নিৰৱ ৷ বিশ্বনাথৰ কাউৰী পথাৰ নেপালী গাঁৱত মঙলবাৰে শেষকৃত্য সম্পন্ন কৰা হয় নীৰজ চেত্ৰীৰ ৷ বীৰ শ্বহীদ গৰাকীলৈ আমিও জনালোঁ শ্ৰদ্ধাঞ্জলি ...