ধৰমতুল কাণ্ড: বৃক্কদাতাসকলৰ সৈতে মত বিনিময় মৰিগাঁও প্ৰশাসনৰ

By

Published : Jul 14, 2021, 7:20 AM IST

thumbnail
ধৰমতুল কাণ্ডই কঁপাইছে সমগ্ৰ ৰাজ্য ৷ মৰিগাঁও জিলাৰ ধৰমতুলত মঙলবাৰে বৃক্কদাতা (Kidney Donors)সকলৰ সৈতে মত বিনিময় কৰে জিলা প্ৰশাসনে (Morigaon District Administration) ৷ জিলা উপায়ুক্ত সীমাৰেখা ভূঞা (Seema Rekha Bhuyan)ই দক্ষিণ ধৰমতুল গাঁৱৰ কিডনী দান কৰা লোকসকলৰ সৈতে মত বিনিময় কৰে । একাধিক লোকৰ ভাষ্য গ্ৰহণ কৰি কোন কোন ব্যক্তি ইয়াৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, তাৰ সোধ-পোছ কৰে । ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক কৰে আৰক্ষীয়ে ৷ অধিক তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.