ফলাফলক লৈ আশাবাদী দুলীয়াজানৰ প্ৰাৰ্থী তেৰছ গোৱালা - দুলীয়াজান সমষ্টি
🎬 Watch Now: Feature Video

দুলীয়াজানৰ ৰাইজে পুনৰ বিজেপিক কাম কৰিবলৈ আগবঢ়াই দিব ৷ এই মন্তব্য কৰে বিধায়ক তেৰছ গোৱালাই ৷ ডিব্ৰুগড়স্থিত উপায়ুক্ত কাৰ্যালয়ত হৈ থকা ভোট গণনা কেন্দ্ৰত উপস্থিত হৈ দুলীয়াজান সমষ্টিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়কগৰাকীয়ে আশা কৰা ধৰেণেই ফলাফল লাভ কৰিব বুলিও মন্তব্য কৰে ৷