অসমত "বিয়েৰ গ্ৰীলচ" - ডিব্ৰুগড়
🎬 Watch Now: Feature Video

Discovery চেনেলত Bear Grylls য়ে বিভিন্ন কীট-পতংগ ভক্ষণ কৰা দৃশ্য চাই অনুপ্ৰাণিত হোৱা এই যুৱকজন ডিব্ৰুগড়ৰ দুলীয়াজানৰ ৰাজেশ তাঁতী । লাহে লাহে ৰাজেশেও কীট-পতংগ দেখিলেই ৰৈ থাকিব নোৱাৰা হ'ল ৷ যাৰ ফলত বিগত ৫ বছৰে ঘৰতে পোৱা বিষাক্ত জেঠী ভক্ষণ কৰি আহিছে ৰাজেশে ৷ ইপিনে ভৱিষ্যতে ৰাজেশে জীয়াই জীয়াই সাপ ভক্ষণ কৰাৰ ইচ্ছাও পুহি ৰখা বুলি জানিবলৈ দিয়ে ।