thumbnail

By

Published : Mar 1, 2021, 12:30 PM IST

ETV Bharat / Videos

জনতাৰ কণ্ঠ: শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ সমষ্টি হ’ল 108 নং শিৱসাগৰ বিধানসভা সমষ্টি ৷ বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুৰ পিছৰ পৰা সমষ্টিটো ৰাজ্য চৰকাৰৰ তত্বাৱধানত আছে ৷ সমষ্টিৰ উন্নয়নক লৈ কিমান আশ্বস্ত স্থানীয় ৰাইজ ! এইবেলি কোনে সমষ্টিটোৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দিতা তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.