ধাৰা 370 বাতিলক লৈ সুখী নহয় জম্মু আৰু কাশ্মীৰবাসী
🎬 Watch Now: Feature Video
জম্মু আৰু কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰ কৰাৰ পিচত জম্মু কাশ্মীৰ আৰু লাডাখ দুয়ো খন পৃথক পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ পিচত সমগ্ৰ দেশেই উক্ত সিদ্ধান্তক সৰ্মথন কৰিছে ৷ কিন্তু ইয়াৰ মাজতেই জম্মুৰ শিক্ষিত যুৱক সকলে নিজকে অসুৰক্ষিত অনুভৱ কৰিছে ৷