অসমীয়াৰ অন্যতম থলুৱা খাদ্য জলপান - jalpan
🎬 Watch Now: Feature Video
সন্মুখত হেঁপাহৰ ভোগালী বিহু ৷ ভোগালীৰ ভোগ বুলি ক’লে পোনপ্ৰথমে মনলৈ আহে ‘জলপান’ ৷ জলপান হৈছে অসমীয়াৰ অন্যতম প্ৰধান থলুৱা খাদ্য ৷ চিৰা, দৈ, গুৰেৰে তৈয়াৰী জলপানেৰে আপুনিও আনন্দ লওক এইবেলি ভোগালী বিহুৰ...