thumbnail

By

Published : Jan 30, 2022, 9:47 PM IST

ETV Bharat / Videos

বৰমাত ভাৰতীয় সেনাই বিতৰণ কৰিলে চিলাই মেচিন

দেওবাৰে ভাৰতীয় সেনাই বাক্সা জিলাৰ বৰমাত থকা 9 নং জাট ৰেজিমেণ্টৰ চাউনীত দহ গৰাকী মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ চিলাই মেচিন বিতৰণ কৰে (Indian Army distributes sewing machines to needy women at Barama) ৷ জানিব পৰা মতে, বিগত কেবাবছৰ ধৰি ভাৰতীয় সেনাৰ বৰমা চাউনিত বেলেগ বেলেগ ৰেজিমেন্টে চিলাই মেচিন আৰু আন আন সামগ্ৰী বিতৰণ কৰিছিল ৷ এই অনুষ্ঠানৰ লগতে দেওবাৰে পুৱাৰভাগত বৰমাৰ উত্তৰবজাৰ প্ৰাথমিক বিদ্যালয়ত এটা শৌচালয়ও উদ্বোধন কৰে বৰমা 9 নং জাত ৰেজিমেন্টে (Indian Army inaugurates toilet at Barama) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.