১৫ নবেম্বৰ তাৰিখৰ পৰা পুনৰ ৰাজ্য জুৰি হ’ব মেগা ভেকচিনেচন : কেশৱ মহন্ত - স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 5, 2021, 10:44 PM IST

১৫ নবেম্বৰৰ পৰা পুনৰ অসম জুৰি হ’ব মেগা ভেকচিনেচন । ২২ নবেম্বৰৰ পৰা ২৯ নবেম্বৰলৈকে সম্পূৰ্ণভাৱে চৰকাৰখনৰ মন্ত্ৰীৰ পৰা জিলা পৰ্যায়ৰ বিষয়ালৈকে সকলোৱে ৰাইজক ভেকচিন দিয়া ক্ষেত্রত নামি পৰিব । ঘৰে ঘৰে গৈ হ’লেও দিয়া হ’ব ভেকচিন । কোনোবা ঠাইত ক’ভিড আক্ৰান্তৰ সংখ্যা বেছি হ’লে কনটেইনমেন্ট জ'ন ঘোষণা কৰা হ’ব কিন্তু লকডাউন নহয় । এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.