গুৰুজনাৰ তিথিত বিশেষ ৰূপত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া - গোলাঘাট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 2, 2019, 10:27 AM IST

গোলাঘাট, 2 ছেপ্টেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিত বিশেষ ৰূপত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। গোলাঘাটৰ ঢেকীয়ালত কণ কণ শিশুৱে প্ৰদৰ্শন কৰা ভাওনা উপভোগ কৰি শৈশৱ ৰোমন্থন কৰিলে বিধায়ক মৃণাল শইকীয়াই। ঢেকিয়াল নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ প্ৰাংগণত প্ৰদৰ্শন কৰিলে শ্ৰীকৃষ্ণ গুৰু দক্ষিণা ভাওনা । ৫ ৰ পৰা ১২ বছৰ বয়সৰ কণ কণ শিশু সকলৰ ভাওনাই মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.