thumbnail

By

Published : Nov 16, 2019, 6:21 PM IST

Updated : Feb 2, 2020, 11:40 AM IST

ETV Bharat / Videos

এবাৰ ব্যৱহৃত অতি নিম্ন মানৰ প্লাষ্টিকৰ পৰা নিৰ্মাণ 75 কিল'মিটাৰ দৈৰ্ঘৰ পথ

গোৱালপাৰা জিলাৰ গড়কাপ্তানি বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ। প্লাষ্টিক প্ৰদূষণে যিটো সময়ত পৰিৱেশ প্ৰদূষিত কৰিছে তেনে সময়তে পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰিলে ৭৫ কিল'মিটাৰ পকী পথ । গ্ৰীণ টেকন'লজী ব্যৱহাৰ কৰি পেলনীয়া প্লাষ্টিকৰ দ্বাৰা পকীপথ নিৰ্মাণ । ৬০ মাইক্ৰনৰ তলৰ তথা অতি নিম্নমানৰ প্লাষ্টিক ব্যৱহাৰ কৰি নিৰ্মাণ কৰিলে পকী পথ।
Last Updated : Feb 2, 2020, 11:40 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.