thumbnail

বিলাসীপাৰাত বানত ককবকাইছে শতাধিক গাঁৱৰ ৰাইজে

By

Published : Jul 14, 2019, 2:52 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ বিলাসীপাৰাতো বানৰ সংহাৰী ৰূপ । বানত ককবকাইছে জিলাখনৰ শতাধিক গাঁৱৰ ৰাইজে । যেনিয়েই চায় তেনিয়েই কেৱল পানী । সমষ্টিটোৰ প্ৰায় প্ৰতিখন গাঁও সম্প্ৰতি জলমগ্ন হৈ পৰিছে । যদিও বানাক্ৰান্তৰ খৱৰ ল'বলৈ আহৰি নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ । ৰাইজৰ যাতায়ত বা উদ্ধাৰৰ লগতে সাহায্যৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই সমষ্টিটোত । যাৰ বাবে ৰাইজে নিজাববীয়াকৈ নাও বা কলগছৰ ভূৰৰ জৰিয়তে অব্যাহত ৰাখিছে যাতায়ত ব্যৱস্থা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.