thumbnail

By

Published : Jan 13, 2022, 12:10 PM IST

ETV Bharat / Videos

গৰৈমাৰীৰ মাছৰ বজাৰত ওলাইছে 1200 টকীয়া আঁৰি

আজি মাঘ বিহুৰ উৰুকা ৷ উৰুকা বুলিলেই যেন মাছৰ বজাৰত গ্ৰাহকৰ হেতা-ওপৰা ৷ বৃহস্পতিবাৰে উৰুকা উপলক্ষে দক্ষিণ কামৰূপৰ গৰৈমাৰী মাছৰ বজাৰতো (fish market of goroimari chaigaon) দেখা গৈছে ক্ৰেতা-বিক্ৰেতাৰ ভিৰ ৷ পুৱতি নিশাৰে পৰা পছন্দৰ মাছটো কিনি এসাঁজ খাবলৈ সকলোৱে আহিল বজাৰলৈ ৷ সেই অনুসৰি গৰৈমাৰী বজাৰত প্ৰতিটো আঁৰি মাছৰ বাবদ 800-1200 টকা, চিতলত 600-900 টকা, বৰালি 600-800 টকা আৰু ভকুৱা 600-700 টকা আদায় লৈছে মাছ বিক্ৰেতাসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.