thumbnail

By

Published : Feb 3, 2020, 3:10 PM IST

ETV Bharat / Videos

বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড

অব্যাহত আছে বুঢ়ীদিহিং নদীৰ অগ্নিকাণ্ড ৷ শণিবাৰৰ নিশাৰ পৰা অব্যাহত থকা অগ্নিকাণ্ডই সংকট কঢ়িয়াই আনিছে নদীৰ জীৱ কুলৰ লগতে নৈ পৰীয়া ৰাইজৰ জীৱনলৈ ৷ কোনো দুষ্ট প্ৰকৃতিৰ লোকে বুঢ়ীদিহিং নদীৰ পানীত ওপঙি থকা খাৰুৱা তেলত জুই লগাই দিয়াৰ ফলতেই এনেদৰে ভয়াবহ ৰূপত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীত উপস্থিত হৈ অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও জুই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে অইল কৰ্তৃপক্ষ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.