মেষ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কর্ম প্ৰভাৱান্বিত হʼব ৷ টকাৰ ৰাহি-খৰচ ভাল হʼব ৷ খৰচ সুস্থিৰে কৰিব ৷
বৃষ ৰাশি: আনক শাসন কৰিব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত ৷ বহুতো ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সংযোগ হʼব ৷ নতুন পৰিকল্পনা নকৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷
মিথুন ৰাশি: আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল, কিন্তু বন্ধুৰ লগত তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিব ৷
কৰ্কট ৰাশি: নতুন বন্ধুবৰ্গ পাব, ভাল বন্ধুত্ব হʼব ৷ বন্ধুবৰ্গৰ লগত দিনটো ভালেৰে যাব ৷ মানসিক চিন্তাই দেখা দিব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
সিংহ ৰাশি: নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল আৰু সফলতাৰে ভৰা হʼব ৷ সক্ৰিয়তা অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহ ভাল ৷
কন্যা ৰাশি: ভয়, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাৰে দিনটো পাৰ হʼব ৷ জীৱনত ভাল বন্ধু লাভ হʼব ৷ নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ আৰু তাক কোনেও ভংগ কৰিব নোৱাৰে । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
তুলা ৰাশি: কন্যাৰ সফলতাৰ বাবে দিনটো আনন্দৰে পাৰ হʼব ৷ কৰ্মজীৱনত ভাল পদোন্নতি ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
বৃশ্চিক ৰাশি: অধ্যয়নৰ সক্ৰিয়তা অনুভৱ হʼব ৷ ব্যৱসায়ত লাভৰ নিশ্চিতি নাথাকিব পাৰে ৷ কিন্তু হতাশ নহ’ব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ'ব ৷
ধনু ৰাশি: আজি কোনো লাভ বা ক্ষতি নাই । আপোনাৰ কঠোৰ পৰিশ্ৰম সফল হʼব ৷ বন্ধু বা প্ৰেমাস্পদৰ লগত পাৰ্টী হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷
মকৰ ৰাশি: নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰখা উচিত । কঠিন পৰিস্থিতিত আপোনাৰ ভাল গুণৰ সঠিক ফল লাভ হʼব ৷ কর্ম সমৰ্পণ কৰা প্ৰতিজ্ঞা লোৱা উচিত ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ'ব ৷ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল হʼব ৷
কুম্ভ ৰাশি: বন্ধু বা প্ৰেমাস্পদৰ লগত পাৰ্টী হʼব পাৰে ৷ উৎসৱ পালন কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ লক্ষ্যত সফল ৷
মীন ৰাশি: খৰচ বৃদ্ধি হʼব পাৰে ৷ সেয়ে খৰচ সুস্থিৰে কৰিব ৷ সতৰ্ক হৈ চলা উচিত ৷