টিকট লাভৰ পিছত মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া - Assam Assembly election 2021
🎬 Watch Now: Feature Video
নিৰ্বাচনী টিকট লাভ কৰি আনন্দ প্ৰকাশ কৰিছে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷ আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিব বুলি আত্মবিশ্বাসী মন্ত্ৰী গৰাকী ৷