মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ - election campaign meeting at jamunamukh etv bharat news
🎬 Watch Now: Feature Video

শনিবাৰে যমুনামুখ সমষ্টিৰ চৌধুৰী বজাৰৰ এক বিশাল সভাত অংশগ্ৰহণ কৰে মহাজোঁটৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলে ৷ সভাত উপস্থিত থাকি যমুনামুখ সমষ্টিৰ পৰা মহাজোঁটৰ প্ৰাৰ্থীগৰাকী এশ শতাংশই বিজয়ী হৈ আহিব বুলি মন্তব্য কৰে এআইইউডিএফৰ নেতা গৰাকীয়ে ৷