thumbnail

By

Published : Jun 4, 2019, 10:47 PM IST

ETV Bharat / Videos

ঈদ বিশেষঃ মদিনা ছুইটছ হাউছৰ বিবিধ মিঠাই

মদিনা ছুইটছ হাউছৰ বিবিধ খাদ্যই এতিয়া আকৰ্ষিত কৰিছে সকলোকে । বিভিন্ন সোৱাদৰ মিঠাই, খীৰ আৰু বিৰিয়ানীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ঈদ উপলক্ষে লক্ষ্নৌৰ পৰা প্ৰতি বছৰে অসমলৈ আহি সামগ্ৰীৰ যোগান ধৰে ব্যৱসায়ীসকলে । ঈদৰ পিছতে পুনৰ নিজৰ স্থানলৈ উভতি যায় ব্যৱসায়ীসকল । বহু বছৰৰ পৰাই মদিনা ছুইট্ছ হাউছৰ পৰা সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকেও মদিনা ছুইটছৰ যথেষ্ট প্ৰশংসা কৰা পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.