14 দফীয়া দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ চিকিৎসকৰ - Doctors protest
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13427762-thumbnail-3x2-ggdggd.jpg)
আকৌ প্ৰতিবাদত বহিছে চিকিৎসক সকল, ফলত ব্যাহত হৈ পৰিল চিকিৎসা সেৱা ৷ অসমৰ জিলাই জিলাই প্ৰতিবাদ চৰকাৰী চিকিৎসকৰ ৷ বহিঃ বিভাগৰ চিকিৎসা সেৱাৰ পৰা বিৰত থাকি ন্যাৰ্য দাবীত অৱস্থান ধর্মঘট ৰূপায়ন কৰে চিকিৎসক সকলে । অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷