অসমীয়া কোন ? সংজ্ঞা কি ? পুনৰ প্ৰাসংগিক প্ৰশ্ন !

🎬 Watch Now: Feature Video

thumbnail
কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ আৰু খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ নিৰ্ণয়ৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰাৰ পাচতেই প্ৰাসংগিক হৈ পৰিছে এই প্ৰশ্ন ? 2015 চনত অসম বিধানসভাৰ তদানীন্তন অধ্যক্ষ প্ৰণৱ গগৈয়ে অসমীয়া সংজ্ঞা নিৰূপণৰ উদ্দেশ্যে অৰ্ধশতাধিক জাতীয় , জনগোষ্ঠীয় আৰু ভাষিক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ 31 মাৰ্চত বিধানসভাত দাখিল কৰিছিল এক বিশেষ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.