ৰাজ্যজুৰি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

By

Published : Sep 13, 2019, 7:48 PM IST

thumbnail

ৰাজ্যৰ শিক্ষাখণ্ডত ২০১২ চনৰ পৰা শিক্ষা প্ৰদান কৰি অহা প্ৰায় ৪১ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বৰ্তমানেও নিয়মীয়াকৰণ হোৱা নাই ৷ বৰ্তমানেও চাকৰি নিয়মীয়াকৰণ নোহোৱাত ক্ষুন্ন হৈ পৰিছে টেট উত্তাৰ্ণ শিক্ষকসকল ৷ যাৰ বাবে শুকুৰবাৰে টেট শিক্ষকসকলে ৰাজ্যৰ প্ৰতিখন জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । চাওক এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.