thumbnail

By

Published : Mar 19, 2021, 10:48 PM IST

ETV Bharat / Videos

চামগুৰিৰ কনুৱামাৰিত কংগ্ৰেছ-বিজেপি কৰ্মীৰ সংঘৰ্ষ

চামগুৰিৰ কনুৱামাৰিত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত নিৰ্বাচন কেন্দ্ৰীক সংঘৰ্ষ। দুই দলৰ মাজত দলীয় কথাত তৰ্কাতৰ্কি লাগি সুত্ৰপাত হৈছিল কাজিয়াৰ। কনুৱামাৰিত ঘাটপাৰত বিজেপি কৰ্মী আহাদুৰ ৰহমানক কংগ্ৰেছ কৰ্মীয়ে আগভেটি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত মোৱামাৰি আৰক্ষী চকীত এজাহাৰ দাখিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.