শান্তি গগৈৰ বিয়োগত শোক প্ৰকাশ প্ৰশান্ত ফুকনৰ - শান্তি গগৈৰ বিয়োগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 10, 2021, 6:23 AM IST

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৷ শোক প্ৰকাশ কৰি তেওঁ কয়, ডিব্ৰুগড়বাসীয়ে এগৰাকী সুযোগ্যা মাতৃক হেৰুৱালে । মৃত্যুৰ আগ মুহুৰ্তলৈকে তেওঁ সমাজৰ হকে কাম কৰি গৈছিল ৷ শান্তি গগৈৰ মৃত্যু অপূৰণীয়া ক্ষতি বুলি কয় প্ৰশান্ত ফুকনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.