thumbnail

By

Published : Nov 10, 2021, 8:32 PM IST

ETV Bharat / Videos

টীয়ক নদীঘাটত ষট পূজা উদযাপন

টীয়কৰ টীয়ক নদীৰ ঘাটত বুধবাৰে উদযাপন কৰা হয় ষট পূজা । এই ষট পূজা বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত উদযাপন কৰা হয় যদিও টীয়কত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সাৰ্বজনীনভাৱে এই পূজা বহু বছৰৰ পৰা আয়োজন কৰি অহা হৈছে । দিপাৱলীৰ অমাৱস্যাৰ পাছত শুক্লা ষষ্ঠী তিথিৰ দিনা বিয়লি অৰ্থাৎ সূৰ্য অস্ত হোৱাৰ সময়ত আৰু পাছদিনা সূৰ্য উদয় হোৱাৰ সময়ত পূৰ্বে নিৰ্ধাৰিত নীতি নিয়ম অৱলম্বন কৰি সূৰ্য দেৱতাক পূজা আগবঢ়োৱা হয় আৰু নিজৰ লগতে পৰিয়াল তথা সৰ্বতে শান্তি মংগলৰ বাবে আৰ্শীষ লোৱা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.