ATMৰ পৰা ধন হৰলুকিৰ অভিযোগত পাঁচজনক আটক বৰহোলা আৰক্ষীৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 20, 2021, 10:27 PM IST

বৰহোলাত এটিএমৰ পৰা ধন হৰলুকি কৰি গ্ৰেপ্তাৰ হয় পাঁচজন । বৰহোলা আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰহোলাৰ লোণপুৰীয়া গাঁৱৰ ভাস্কৰ ৰাজখোৱা, বসন্ত কোঁচ, হেমন্ত কোঁচ, প্ৰনৱ ৰাজখোৱা আৰু যদুমণি শইকীয়া নামৰ পাঁচজনক ৷ বৰহোলাৰ ৰূপক দত্ত নামৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা এএটিএমৰ যোগে কৌশলেৰে ওলাইছিল ধন ৷ বৰহোলা আৰক্ষী থানাত ৰুজু হোৱা ১৩৫/২০২১ নম্বৰ গোচৰৰ ভিত্তিত বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোক কেইজনক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.