বঢ়মপুৰৰ কন্দলীত এটি হাতী পোৱালীৰ কৰুণ মৃত্যু - Kandali Latest news
🎬 Watch Now: Feature Video

বঢ়মপুৰৰ কন্দলীত পুনৰ এটি হাতীৰ কৰুণ মৃত্যু(elephant calf died at Kandali) । খাদ্যৰ সন্ধানত কন্দলী চোৰাং বনাঞ্চলৰ পৰা ভৈয়ামলৈ নামি অহা হাতীৰ জাকৰ মাজত আছিল হাতী পোৱালিটো । শুক্ৰবাৰে পূৱা উদ্ধাৰ হোৱা হাতী পোৱালীটোৰ দেহত নাই কোনো ধৰণৰ আঘাতৰ চিন। নিশা পথাৰৰ মাজেদি জাকৰ মাজত গৈ থকা অৱস্থাত আন হাতীৰ লগত যুঁজ লাগি হাতী পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ।