বিগত বৰ্ষৰ দৰে এইবাৰো বিপুল ভোটত জয়ী হ'মঃ আজমল - ধুবুৰীৰ সাংসদ
🎬 Watch Now: Feature Video

ধুবুৰী, 23 মে': নিৰ্বাচনৰ ফলাফলক লৈ ধুবুৰীৰ সাংসদ তথা বৰ্তমানৰ এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া ৷ বিগত বৰ্ষৰ দৰে এইবাৰো বিপুল ভোটত জয়ী হ'ম বুলি মন্তব্য সাংসদগৰাকীৰ ৷
Last Updated : May 23, 2019, 4:55 PM IST