ছয়গাঁৱত ভাৰতীয় গণ পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ - ছয়গাঁৱত ভাৰতীয় গণ পৰিষদ দলৰ নিৰ্বাচনী প্ৰচাৰ'
🎬 Watch Now: Feature Video
ছয়গাওঁ সমষ্টিৰ বাবে ভাৰতীয় গণ পৰিষদৰ হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে স্থানীয় ব্যৱসায়ী শ্যামল দত্তই ৷ দত্তই জানিবলৈ দিয়া অনুসৰি ১৮ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব ৷ উল্লখ্যে যে, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নতুনকৈ দেখা গৈছে ভাৰতীয় গণ পৰিষদ দলক ৷