কৰিমগঞ্জত বাংলাদেশী দম্পতী আটক

By

Published : Nov 10, 2021, 12:31 PM IST

thumbnail
মঙলবাৰে কৰিমগঞ্জৰ চুড়াইবাড়ীত দুই বাংলাদেশী নাগৰিক(Bangladeshi Citizen)ক আটক কৰা হয় ৷ আগৰতলাৰ পৰা শেৰওয়ালী ট্ৰেভেলছ নামৰ এখন নৈশ বাছত গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ সময়তে চুড়াইবাড়ী আৰক্ষী(Churaibari Police)য়ে আটক কৰে বাংলাদেশী স্বামী-স্ত্ৰীক ৷ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত দালালৰ সহযোগত অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল দুই স্বামী-স্ত্ৰীয়ে ৷ সম্প্ৰতি দুয়োকে জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.