বাঘজান তৈলক্ষেত্ৰত অইলৰ শেষ যুদ্ধৰ প্ৰস্তুতি

By

Published : Jul 30, 2020, 1:56 PM IST

thumbnail
তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাই 65 টা দিন অতিক্ৰম কৰাৰ পাচতো জুই নিৰ্বাপিত কৰিব পৰা নাই অইল কতৃপক্ষই ৷ বৃহস্পতিবাৰে BGR-5 ত BOP স্থাপনৰ দ্বাৰা শেষ যুদ্ধৰ প্ৰস্তুতি চলাইছে অইল ইণ্ডিয়া কতৃপক্ষই ৷ বাঘজান তৈলক্ষেত্ৰৰ পৰা সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.