thumbnail

By

Published : Nov 23, 2020, 8:03 PM IST

ETV Bharat / Videos

তৰুণ গগৈৰ মৃত্যু: এটোৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে প্ৰাক্তন বন মন্ত্ৰী তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি এটোৱা মুণ্ডাৰ । পৰিয়াললৈ গভীৰ সমবেদনা জনাই মুণ্ডাই তেওঁৰ জীৱনত গগৈৰ অৰিহণা কেতিয়াও পাহৰিব নোৱাৰে বুলি ব্যক্ত কৰে । মুণ্ডাৰ হাতত ধৰি তৰুণ গগৈয়ে ৰাজনীতিৰ নীতিশিক্ষা, পথ দেখুৱাইছে বুলি ব্যক্ত কৰে প্ৰাক্তন বন মন্ত্ৰীগৰাকীয়ে । গগৈৰ আদৰ্শ, অসমৰ প্ৰতি ভালপোৱা, মানুহৰ প্ৰতি ভালপোৱা কেতিয়াও পাহৰিব নোৱাৰে বুলি উল্লেখ কৰে মুণ্ডাই ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.