2021-22 বৰ্ষৰ অসম বাজেটক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া

By

Published : Jul 16, 2021, 8:49 PM IST

Updated : Jul 16, 2021, 9:33 PM IST

thumbnail
2021-22 বৰ্ষৰ অসম বাজেটে নিযুক্তি আৰু মাইক্ৰ’ফাইনেঞ্চ ঋণৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বিশেষকৈ বিগত সময়ত ব্যাপক চৰ্চাত থকা নিযুক্তি আৰু মাইক্ৰ’ফাইনেঞ্চৰ বিষয়টো গুৰুত্ব লাভ কৰা দেখা গ'ল 2021-22 বৰ্ষৰ অসম বাজেটত ৷ বাজেটত উল্লেখ কৰা অনুসৰি, মাইক্ৰ’ফাইনেঞ্চ ঋণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাজেটত ধাৰ্য কৰিছে 12000 কোটি টকা ৷ ইয়াৰ সমান্তৰালভাৱে বাজেটত 1 লাখ নিযুক্তিৰ কথা কোৱা হৈছে ৷
Last Updated : Jul 16, 2021, 9:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.