ঢোল-পেঁপাৰ মাত মুখৰিত ধুবুৰীৰ গৌৰীপুৰ - Bihu_preparation
🎬 Watch Now: Feature Video
বিহু বুলি ক'লেই তৰনী নাই অসমীয়াৰ ৷ বিগত বছৰত বিহু উদযাপন কৰিব নোৱাৰিলেও কিন্তু এই বেলি কেনেকৈ বিহু উদযাপন নকৰাকৈ থাকিব অসমীয়াই ? সেয়ে পাৰভঙা উচাহেৰে ধুবুৰীতো এইবেলি বিহু পতাৰ পণ লৈছে চহা অসমীয়া ৰাইজে ৷