thumbnail

By

Published : Aug 7, 2019, 9:49 AM IST

ETV Bharat / Videos

সুষমা স্বৰাজৰ মৃত্যুত শোক প্ৰকাশ কংগ্ৰেছী নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

গুৱাহাটী, 7 আগষ্টঃ  প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আকস্মিক বিয়োগত শোক প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ ভাৰতীয় জনতা পাৰ্টীৰ বৰ্ষীয়াণ নেত্ৰী গৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.