শৰ্মা উপাধিৰ বিৰুদ্ধে কাপোৰ ফালিছো : ভূপেন বৰা - গৰুখুটিৰ উচ্ছেদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13171446-thumbnail-3x2-jjjjj.jpg)
মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যৰ উত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সংবাদ মাধ্যমৰ আগত বৰাই কয়, পীযুষ হাজৰিকাই ঠিকেই কৈছে ৷ হয়, মই উপাধি চায়ে কাপোৰ ফলা মানুহ ৷ কাৰণ গৰুখুটিত কোনে গুলিয়াইছে আৰু কোনে নিৰ্দেশ দিছে, সেই মানুহ কেইজনৰ উপাধি একেই । গতিকে শৰ্মা উপাধিৰ বিৰুদ্ধেই কাপোৰ ফালিছো বুলি ক'লে APCC ৰ সভাপতি ভূপেন বৰাই ৷