হোজাইত ব্যৱসায়ীসকলৰ প্ৰশাসনৰ নিৰ্দেশনা পালন - ASSAM GOVT NEW SOP ON PANDEMIC
🎬 Watch Now: Feature Video
কৰ'ণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি প্ৰশাসনে বুধবাৰৰ পৰা সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ২ বজাৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ দিছে । এই নিৰ্দেশনা পোৱাৰ পিছতে ২ বজাৰ লগে লগে বিভিন্ন জিলাত বন্ধ হৈ পৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো দুই বজাৰ লগে লগে সকলো দোকান-পোহাৰ বন্ধ হোৱা দেখা গ'ল । হোজাই জিলাৰ ব্যৱসায়ীসকলে চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ২ বজাৰ লগে লগে বন্ধ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।