অখিল গগৈৰ গোচৰ সন্দৰ্ভত সদৌ অসম মটক ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া - অখিল গগৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 22, 2021, 9:34 PM IST

Updated : Jun 23, 2021, 5:00 PM IST

অৱশেষত মঙলবাৰে চাবুৱা থানাত থকা নিয়া(NIA)ৰ গোচৰত শুনানিৰ অন্তত এই গোচৰৰ পৰা ৰেহাই পালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। 'নিয়া'ৰ বিশেষ আদালতত হোৱা মঙলবাৰৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈকো দোষমুক্ত কৰিলে আদালতে। চাবুৱা থানাৰ গোচৰৰ সকলো অভিযোগৰ পৰা ৰেহাই দিয়া হ'ল তিনিওজনকে। ইফালে, চাবুৱা থানাৰ গোচৰত অখিল গগৈক দোষমুক্ত বুলি ঘোষণা হোৱাৰ পিছতে সদৌ অসম মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিয়াৰ এই ৰায়দানৰ প্ৰতি সন্মান প্ৰকাশ কৰে ৷
Last Updated : Jun 23, 2021, 5:00 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.