এন আৰ চিক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ প্ৰতিক্ৰিয়া - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
🎬 Watch Now: Feature Video
এন আৰ চিক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পলাশ চাংমাইৰ মন্তব্য । এন আৰ চি ত আসোঁৱাহ থাকিলে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ সমান্তৰালকৈ দায়ী চৰকাৰো । এন আৰ চিক লৈ চৰকাৰৰ সতৰ্কতা আৰু আন্তৰিকতাৰ অভাৱ ৷ এন আৰ চিয়ে অসমৰ খিলঞ্জীয়া সকলক সুৰক্ষিত কৰিব নোৱাৰে-পলাশ চাংমাই