সোণাৰি থানা পালেহি সদ্য মুক্তি প্ৰাপ্ত ৰিতুল শইকীয়া

By

Published : May 22, 2021, 4:44 PM IST

Updated : May 22, 2021, 5:42 PM IST

thumbnail
অৱশেষত অসম পালেহি ৰিতুল শইকীয়া। নাগালেণ্ডৰ পৰা নামতুলা হৈ অসমত প্রৱেশ কৰিলে ৰিতুল শইকীয়াই ৷ ৰিতুল শইকীয়াৰ মুক্তিৰ খবৰ লাভ কৰাৰ পাচতে তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ মুখত বিৰিঙিছে হাঁহি ৷ ইতিমধ্যে স্বামীক স্বচক্ষে চোৱাৰ লগতে তেখেতক আদৰিবলৈ সোণাৰী থানাত উপস্থিত হৈছেগৈ ৰিতুল শইকীয়াৰ পত্নী ৷ বৰ্তমান চৰাইদেউ জিলাৰ সদৰ সোণাৰি আৰক্ষী থানাত ৰখা হৈছে ৰিতুল শইকীয়াক । জানিবপৰা মতে সোণাৰি থানা চৌহদতে ৰিতুল শইকীয়াক লগত ৰাখি এক সংবাদমেল সম্বোধন কৰিব চৰাইদেউ আৰক্ষীয়ে ৷
Last Updated : May 22, 2021, 5:42 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.