বিশ্বনাথৰ চাহ বাগিচাত আটছাৰ সজাগতা সভা - Teok Doctor Lynching case

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 7, 2019, 1:02 PM IST

টীয়ক চাহ বাগিচাত উত্তেজিত শ্ৰমিকৰ আক্ৰমণত চিকিৎসকে মৃত্যুবৰণ কৰা ঘটনাৰ পাছতেই অসমৰ বিভিন্ন চাহ বাগিচাত আটছাই তুংগত কৰি তুলিছে সজাগতা সভা ৷ বিশ্বনাথতো আটছাৰ গোটে শ্ৰমিকসকলক এক গোট কৰি সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হ'ল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.