মেষ ৰাশি : শুভ বাৰ্তা লাভ ৷ দিনটো প্ৰায় সফল ৷ বহু ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ ভাল বন্ধু লাভ ৷ প্ৰেমত মধ্যমীয়া ৷ প্ৰশংসা লাভ ৷
বৃষ ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ ব্যৱসায়ত সফল ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুতো লাভ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ আজি ভাগ্য ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
মিথুন ৰাশি : আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব লাগিব পাৰে ৷ কাৰোবাৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সেয়ে শান্ত হৈ কৰ্ম কৰক ৷ সন্তানৰ স্বাস্থ্য যত্ন লওক ৷ প্ৰেমত শুভ ৷
কৰ্কট ৰাশি : খৰচ বৃদ্ধি ৷ কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও প্ৰায় সফল হʼব ৷
সিংহ ৰাশি : দিনটো কিছু কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷
কন্যা ৰাশি : বহুতে বহু পৰামর্শ দিব পাৰে, সেই পৰামর্শবোৰ ভাল হʼব ৷ নিজৰ কর্মত মনোযোগ দিব ৷ লক্ষ্যত প্ৰায় সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷
তুলা ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই ৷ সন্ধিয়া সৰু যাত্ৰা হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
বৃশ্চিক ৰাশি : ব্যৱসায়ত মনোযোগ দিয়ক ৷ পেছাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
ধনু ৰাশি : যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ ব্যৱসায়ীসকল নতুন গ্ৰাহক লাভ কৰিব ৷
মকৰ ৰাশি : দিনটো শুভ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ প্ৰেমত শুভ ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল ৷
কুম্ভ ৰাশি : খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্মত পৰিব পাৰে ৷
মীন ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ নিজৰ ওপৰত ভাৰসা ৰাসক ৷ লক্ষ্যত সফল ৷