নগাঁৱত প্ৰতিবাদকাৰীৰে আৰক্ষীৰ হতাহতি

By

Published : Dec 10, 2019, 5:34 PM IST

thumbnail

নগাঁৱত উত্তপ্ত পৰিস্থিতি। নগাঁৱত আছু আৰু এ.জে. ৱাই. চি. পিৰ মাজত উত্তাল প্ৰতিবাদ ৷ নগাঁৱৰ মূল ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ নগাওঁ জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰিবৰ চেষ্টা কৰোঁতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.