thumbnail

By

Published : Apr 25, 2019, 5:05 PM IST

ETV Bharat / Videos

ইডেন গাৰ্ডেনত কলকাতাৰ সন্মুখত ৰাজস্থান

আই পি এলৰ দ্বাদশ সংস্কৰণৰ 43 সংখ্যক মেচত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছ ৷ কলকাতাৰ ইডেন গাৰ্ডেনত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব মেচখন ৷ ৰাজস্থানৰ দৃষ্টিৰে এই মেচখন হ’ব যথেষ্ট গুৰুত্বপূৰ্ণ ৷ এই মেচখনক লৈ চাওক ইটিভি ভাৰতৰ আই পি এল বিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.