thumbnail

By

Published : Jun 20, 2020, 5:31 PM IST

Updated : Jun 21, 2020, 5:43 PM IST

ETV Bharat / Videos

লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি

লক ডাউনৰ মাজতে শেহতীয়াকৈ মুক্তি লাভ কৰিছে নৱ প্ৰজন্মৰ এগৰাকী নৱতম কন্ঠশিল্পী গৌতম কোঁৱৰৰ ধুমুহা নামৰ এটি গীত ৷ দীপক দে' পৰিচালনা কৰা ধুমুহা শীৰ্ষক গীতটি মুকলিৰ পিছতে গীতটিয়ে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ গীতটো দৰ্শকে আদৰি লোৱাৰ বাবে স্বাভাৱিকতে সুখী হৈ পৰিছে গীতটিৰ লগত জড়িত কলা-কুশলী সকল। ইটিভি ভাৰতৰ সৈতে গীতটিৰ লগত জড়িত কলা-কুশলী আৰু পৰিচালকৰ এক আছুতীয়া সাক্ষাৎকাৰ ।
Last Updated : Jun 21, 2020, 5:43 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.