ছবিগৃহৰ সন্মুখত গাখীৰেৰে গা ধুলে প্ৰভাসে ! - গাখীৰেৰে গা ধুলে প্ৰভাসে
🎬 Watch Now: Feature Video

আজি মুক্তি পালে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা প্ৰভাসৰ বহু প্ৰত্যাশিত ছবি সাহো ৷ প্ৰভাসৰ অনুৰাগীৰ বাবে যেন এইয়া কোনো প্ৰকাৰে উৎসৱতকৈ কম নহয় ৷ আজিৰ দিনটোত বিশেষকৈ অভিনেতা গৰাকীৰ দক্ষিণ ভাৰতীয় অনুৰাগীসকলৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হ'ল ৷