thumbnail

By

Published : Dec 30, 2019, 7:44 PM IST

ETV Bharat / Videos

2019বৰ্ষত বিশ্বৰ দৰবাৰত অসমীয়া ছবি

এটা বৰ্ষৰ যৱনিকা আৰু এটা নতুন বৰ্ষৰ আগমনি ৷ অসমীয়া চলচ্চিত্ৰৰ বাবে যেন সুদিন কঢ়িয়াই আনিবলৈ সক্ষম হ'ল 2019 বৰ্ষই ৷ অসমৰ বহুকেইখন চলচ্চিত্ৰই আন্তঃৰাষ্ট্ৰীয়ত পৰ্যায়ত কঢ়িয়াই আনিছে বিশেষ সন্মান ৷ আহকচোন উভতি চাঁও, চন 2019ত কোনকেইখন অসমীয়া ছবিয়ে বিশেষ বঁটা কঢ়িয়াইছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত.....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.