চপ্পক তেওঁলোকৰ কাষলৈ যাব, য'ত আমাৰ অভিযানে ঢুকি পোৱা নাইঃ আলোক দীক্ষিত

By

Published : Jan 13, 2020, 2:07 PM IST

thumbnail
সম্প্ৰতি বহুল চৰ্চিত হৈ পৰিছে দীপিকা পাডুকন অভিনীত ছবি চপ্পক ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ প্ৰাক্তন লিভ ইন পাৰ্টনাৰ আৰু " ষ্টপ এচিড এটেক "অভিযানৰ এগৰাকী সংস্থাপক তথা সমাজ সেৱক আলোক দীক্ষিত আৰু এচিড আক্ৰমণৰ বলি হোৱা অন্য এগৰাকী যুৱতী ৰীতুৰ সৈতে ই টি ভি ভাৰতৰ সাংবাদিকৰ বিশেষ সাক্ষাৎকাৰ ৷ আহক শুনো চপ্পক আৰু এচিড আক্ৰমণৰ ঘটনা সন্দৰ্ভত কি ক'লে এওঁলোকে ....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.