নাৰেংগীত সংঘটিত চুৰিকাণ্ড - Rise in theft and robbery cases in Guwahati
🎬 Watch Now: Feature Video
আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গুৱাহাটী মহানগৰত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ আৰক্ষীৰ চকুত ধূলি মাৰি মহানগৰীৰ ভিন্ন প্ৰান্তত চলাইছে চোৰে লুটপাত (Rise in theft and robbery cases in Guwahati) । এইবাৰ নাৰেংগী কলংপাৰ বজাৰৰ সমীপত সংঘটিত হ’ল চুৰিকাণ্ড । মীনৰাজ যোশী নামৰ ব্যৱসায়ীজনৰ ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলাই চাফা অভিযান (Theft in Narangi) । লুটি লৈ যায় সোণৰ আ-অলংকাৰ, কাপোৰ, এটা আই ফোন আৰু আলমিৰাৰ তলা ভাঙি নগদ 25 হাজাৰ টকা ৷ ইতিমধ্যে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত । চাও আহক অন কেমেৰা চোৰৰ তাণ্ডৱ (On camera stealing video)
Last Updated : Feb 3, 2023, 8:18 PM IST